Mr-Jatt.In

Ai Saraswati A Bhupen Hazarika, Bandana Boraha Song Download

Ai Saraswati A
Title : Ai Saraswati A
Lyric : Bhupen Hazarika
Music : Bhupen Hazarika
Label : Saregama Music
Added On : 31, Dec 1967
Description: Listen & Download Ai Saraswati A Mp3 Song Download from Duets From Films (1967) Album, Ai Saraswati A Song Sung by Bhupen Hazarika, Bandana Boraha, This Song Music By Bhupen Hazarika and written by Bhupen Hazarika,. Download Ai Saraswati A mp3 songs in 128Kbps, 192Kbps and 320Kbps - in HD High Quality Audio Music From Mr-Jatt.
Get This Song Get This Song

Play This Song

Share On

Song Lyrics

আই সৰস্বতী অ' ----ৰংফুল বকুলী!
তোমালৈ মানি যাওঁ কি!

বোলো কি?

তোমালৈ মানি যাও শুকুলা ছাগলী
মাহে পৰমানে দি
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
মাহে পৰমানে দি ।

ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে ---হুৰৰৰৰ...
ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে--- হুৰৰৰ...
এ, এই জনীৰ চকুলৈ চাবকে নোৱাৰি
জালুক জলকীয়াই পোৰে মিলনদৈ
শশী মিলনদৈ শশী মিলনদৈ
বাখৰ কলিদৈ বাখৰ কলিদৈ
আৰু মঙলদৈ জালুকে পোৰাদি পোৰে

যাঃ, এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
যাঃ এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
মোৰ পিনে নেচাবি একা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
একে ভুকুত কঁকাল হ'ব বেঁকা ।
মাজ বয়সীয়া পুৰুষ: অ' পিৰিটি কি বস্তু চিনিব নোৱাৰি
হে' কোনজন ঈশ্বৰৰ মায়া
হে' তুমি নকৰিলে কৰোতা নাই মোৰ
হে ' ভাটি বয়সতে বিয়া

পাণবৰিয়ালৰ পাণ ঐ নানিবি
নানিবি গুৱালৰ দৈ
গামখাৰু আনিলেও
তোৰদৰে বুঢ়াটোক
কাহানিও নোবোলোঁ পৈ!

এ' মইনাজান, মইনাজান, বিয়া-বাৰু নকৰোঁ
মইনাজান মইনাজান, পলুৱাই নিম তোক
মইনাজান মইনাজান, নেলাগে হোমৰে জুই
মইনাজান মইনাজান, তোৰদৰে নাচনীক
মইনাজান মইনাজান, পলুৱাই নিনিলে
মইনাজান মইনাজান, মৰিমে বৰলা হৈ ।

কি ক'লি, কি ক'লি, মোক নিবি পলুৱাই
তোৰ তেনে সাহসফেৰা আছে
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
লৰি যাম তোৰ পাচে পাচে।

ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই
মোৰ নামে ওলাইছে পটা,
তোমাকে পলুৱাই নিবই যে লাগিব
নহ'লে জীৱনটো বৃথা মিলনদৈ
দ্বৈত কণ্ঠ: শশী মিলনদৈ
বাখৰ কলিদৈ
বাখৰ কলিদৈ
আৰু মঙলদৈ
নহলে ৱনটো বৃথা
এ'...অ'...

Related Songs


Google Tags :

Ai Saraswati A Bhupen Hazarika, Bandana Boraha Mp3 Song Download, Ai Saraswati A Releasing at 31, Dec 1967 from Album / Movie Duets From Films (1967) Mp3 Song 128Kbps 192Kbps 320Kbps Mp3 Download
© Copyright - Mr-Jatt.In 2025